TATA ACE HT

টাটা এছ এইচ্চটি-ৰ ফীচ্চাৰ

Big on Safety

"বহুত সুরক্ষা

নিৰ্দিষ্ট কণ্ডিশ্বনত ক্ৰেশ্ড টেষ্ট কৰা এছ এইচ্চটিয়ে ভাৰতত প্ৰযোজ্য সকলো প্ৰকাৰ সুৰক্ষাৰ মানদণ্ড পূৰণ কৰে চীট বেল্টৰ ক্ষেত্ৰত, ফ্ৰণ্ট ড’রত ইনট্ৰুশ্বন পেনেলৰ ক্ষেত্ৰত যি চাইড ক্ৰেশ্বত কামত আহে আৰু আছে উত্কৃষ্ট ৰ’ড ভিছন।

Big on Performance

বহুত ভাল পাৰফৰমেন্স

কম খৰছ, ৰক্ষণাবেক্ষণ কৰিব নালাগে, ইন্ধনৰ ৰাহি কৰে আৰু শক্তিশালী ডিজেল ইঞ্জিন, অধিকতৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স, অধিকতৰ বহন ক্ষমতা, পণ্য ল’ড কৰা বহুত সুবিধাজনক কিয়নো ইয়াৰ ল’ডিং হাইট হ’ল আটাইতকৈ কম আৰু ল’ডিং এৰিয়া হ’ল আটাইতকৈ ডাঙৰ।

Big on Styling/Comfort

ব্যাপক ষ্টাইল/আৰাম

আৰাম আৰু সুৰক্ষাৰ বাবে সম্পূৰ্ণকৈ নিৰ্মিত শ্বীট মেটাল। চান ভাইজৰ, এডজাষ্ট কৰিব পৰা এলিগেণ্ট চীট, ভেণ্টিলেশ্বনৰ ব্যৱস্থাৰ দৰে ফীচ্চাৰসমূহ আৰু কাৰৰ দৰে ইণ্টিৰিয়ৰ আছে বাবে এই গাড়ীখন ষ্টাইল আৰু আৰামৰ এক অনন্য দৃষ্টান্ত হৈ উঠিছে।

Big on Savings

ব্যাপক ধন ৰাহি

অধিকতৰ বহন ক্ষমতাৰ বাবে সৰ্বাধিক ল’ড এৰিয়া। লং ডিচটেন্স ট্ৰিপ সম্ভৱ। ৰক্ষণাবেক্ষণৰ খৰচ কম, প্ৰতি লিটাৰত অধিক মাইলেজ আৰু টাটাৰ ভৰসা। এই সকলোবোৰৰ কাৰণে ই হৈ উঠিছে আদৰ্শ এক ব্যৱসায়িক অংশীদাৰ

Tata Advantage

টাটাই দিয়া সুবিধা

7200 কিমিলৈকে বা 24 মাহৰ ওৱাৰেণ্টী। যি কোনো ঠাইৰপাৰ 24 ঘণ্টীয়া গ্ৰাহক সহযোগিতা কেন্দ্ৰৰ সুযোগ লওঁক (টোল ফ্ৰী নম্বৰ 1800 209 7979)