আগৰেপৰা হাই ডেক বডি আছে কাৰণে আপুনি আপোনাৰ টাটা এছ হাই ডেকক একেবাৰে পোনপটীয়াকৈ কামত লগাই দিব পাৰিব। অধিক ভাল মাইলেজ পোৱা যায় কাৰণে আপুনি সময় ৰাহি কৰক আৰু একেবাৰে আৰম্ভণিৰেপৰা নিজৰ লাভ বৃদ্ধি কৰক।
এই গাড়ী তৈয়াৰ কৰোঁতে আভিজাত্যপূৰ্ণ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰা হয় আৰু ইয়াত উচ্চ মানৰ কৰুগেটেড ষ্টীল শ্বীট (20 গজ ডাঠ) ব্যৱহাৰ কৰা হয়। সেই কাৰণে হাই ডেক বডিতো টাটা মটৰ্চৰ বিশ্বস্ত গুণমান নিশ্চিত হৈ যায়।
আপুনি গাডী় ক্ৰয় কৰোঁতে ঋণ ল’লে হাই ডেক বডিৰ বাবেও ঋণ পাই যাব, সেয়ে আৰম্ভণিত কৰিবলগীয়া বিনিয়োগৰ ক্ষেত্ৰতো কিছু সকাহ পাব।
এতিয়া কেৱল আপোনাৰ গাড়ীহে নহয়, আপোনাৰ হাই ডেক বডিও আমাৰ 24 মাহৰ বা 72000 কিমি-ৰ ষ্টেণ্ডাৰ্ড ওৱাৰেণ্টীৰ অধীনত সুৰক্ষিত থাকিব। এই সুবিধা আপুনি পাব আমাৰ 1600 চাৰ্ভিচ আউটলেট আৰু 24 ঘণ্টীয়া টোল ফ্ৰী হেল্পলাইনৰ জৰিয়তে (1800-209-7979)।
হাই ডেক বডি আপুনি বহুত কম খৰচতে পাই যাব, সেয়ে এই গাড়ী ক্ৰয় কৰাৰ দিনৰেপৰা আপোনাৰ বহুত ধন সঞ্চয় হৈ যাব।
7200 কিমিলৈকে বা 24 মাহৰ ওৱাৰেণ্টী। 1600-ৰো অধিক আউটলেট। যি কোনো ঠাইৰপাৰ 24 ঘণ্টীয়া গ্ৰাহক সহযোগিতা কেন্দ্ৰৰ সুযোগ লওঁক (টোল ফ্ৰী নম্বৰ 1800 209 7979)।