ACE CNG

টাটা এছ চিএনজি-ৰ স্পেচিফিকেশ্বন

টাটা এছ চিএনজি-ৰ স্পেচিফিকেশ্বন

"ইঞ্জিন

  • মডেল :275 চিএনজি বিএচফোৰ পানীৰে ঠাণ্ডা কৰিব পৰা মাল্টিপইণ্ট গেছ ইনজেকশ্বন ইঞ্জিন
  • সৰ্বাধিক ইঞ্জিন আউটপুট : 15.5 Kw (21 HP) @ 3400 r/min
  • সৰ্বাধিক ইঞ্জিন টৰ্ক : 49 Nm @ 2200 r/min

"ক্লাচ্চ

  • ক্লাচ্চ :চিংগল প্লেট ড্ৰাই ফ্ৰিকশ্বন
  •  ডায়াফ্ৰাম টাইপ

গিয়েৰ বক্স

  • গিয়েৰ বক্স :জিবিএচ 65.5/5.27
  • টাইপ :চিংক্ৰ’মেশ্বন (5 ফৰোৱাৰ্ড গিয়েৰ)
  •  স্লাইডিং মেশ্ব (ৰিভাৰ্চ গিয়েৰ)

"ষ্টিয়াৰিং

  • "ষ্টিয়াৰিং :মেকানিকেল, তাৰতম্য যুক্ত অনুপাত (20.5-ৰপৰা 24.5-লৈকে) 380 মিমি ব্যাস"

ব্ৰেক

  • টাইপ :ডুয়েল চাৰ্কিট হাইড্ৰলিকেলি এক্টিভেটেড
  • ফ্ৰণ্ট :ডিস্ক ব্ৰেক
  • ৰিয়েৰ :ড্ৰাম ব্ৰেক (200 মিমি ব্যাস x 30 মিমি)
  • Parking Brake :Cable operated mechanical linkages acting on Rear Wheels

চাচপেনছন

  • টাইপ :ফ্ৰণ্ট আৰু ৰিয়েৰ হুইলবিলাকত গোলাকাৰ লীফ স্প্ৰিং থকা গোলাকাৰ এক্সল
  • শ্বক এবজৰ্বাৰ :হাইড্ৰলিক ডাবল এক্টিং টেলিস্ক’পিক টাইপ

হুইল আৰু টায়াৰ

  • টায়াৰ :145 R12 LT 8 PR ৰিডায়েল

ডাইমেনছন

  • দৈৰ্ঘ্য (mm) :3800
  • প্ৰস্থ (mm) :1500
  • উচ্চতা (mm) :1830
  • হুইলবেচ (mm) :2100
  • ফ্ৰণ্ট হুইল গজ (mm) : 1300
  • ৰিয়েৰ হুইল গজ (mm) : 1320
  • ল’ডিং ডেকৰ দৈৰ্ঘ্য (mm) : 2200
  • ল’ডিং ডেকৰ প্ৰস্থ (mm) : 1470
  • চাইড পেনেলসমূহৰ উচ্চতা (mm) : 300
  • ট্ৰাণিং চাৰ্কলৰ ন্যূনতম ব্যাস (mm) : 8600

ওজন

  • জিভিডব্লিউআৰ :1550 কেজি
  • কাৰ্বৰ ওজন :925 কেজি
  • আসন ক্ষমতা : ড্ৰাইভাৰ + 1

পাৰফৰমেন্স

  • সৰ্বাধিক স্পীড: 77 km/h
  • সৰ্বাধিক গ্ৰেডেবিলিটি : 21%
  • গ্ৰেড ৰিষ্টাৰ্টেবিলিটি : 18%