Tata Ace CNG

টাটা এছ চিএনজি-ৰ ৰূপৰেখা

Product Image

টাটা এছ চিএনজিভাৰতৰ প্ৰথম এমপিএফআই মিনি ট্ৰাক

ভাৰতৰ প্ৰথম এমপিএফআই ট্ৰাক এছ চিএনজি-ত একেলগে আছে এছৰ শক্তি আৰু ভৰসা, এই গাড়ী চলোৱাৰ খৰচো কম। এই চিএনজি মিনি ট্ৰাক গাড়ীখনত থকা ফীচ্চাৰসমূহ হ’ল ডেচিলাৰেশ্বন কাট অফ, ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক চিএনজি লেভেল ইণ্ডিকেটৰ, অপচয়হীন স্পাৰ্ক ইগনিশ্বন, যাৰ ফলত ইন্ধনৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিব পৰা যায়, এনেকৈ পণ্য পৰিৱহণৰপৰা আরম্ভ কৰি মবাইল বিলব’ৰ্ডলৈকে ইত্যাদি বিভিন্ন কামত এই গাড়ীক প্ৰয়োগ কৰি বহুত ধন ৰাহি কৰিব পৰা যায়।